ভয়াৱহ দুৰ্ঘটনাত নিহত হ’ল আৰক্ষী জোৱান - creta

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 7, 2021, 10:23 PM IST

বঙাইগাঁৱৰ বইটামাৰীত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা । থিতাতে নিহত আৰক্ষী জোৱান । ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত শালমাৰাৰ পৰা চাপৰ অভিমুখে মটৰ চাইকেলেৰে দীপক দাসে নিজৰ ঘৰৰ পৰা কৰ্মস্থলীলৈ গৈ থকা সময়তে পিছফালৰ পৰা অহা এখন ক্ৰেতা বাহনে মহতীয়াই বহু প্ৰায় ১০০ মিটাৰমান চোঁচৰাই লৈ যায় । ফলত থিতাতে নিহত হয় আৰক্ষী বাহিনীত কৰ্তব্যৰত জোৱান দীপক দাস । ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰে । দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেলখনৰ নম্বৰ AS19 N 8674 আৰু ক্ৰেতা বাহন খনৰ নম্বৰ AS 01EB 6323 নম্বৰ বুলি জানিব পৰা গৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.