ৰঙাপৰাত বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু

By

Published : Sep 25, 2021, 9:34 PM IST

thumbnail
শোণিতপুৰৰ ৰঙাপৰাত কালি এটা মটৰ গেৰেজত ওৱেলডিঙৰ কাম কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱকে কৰুণ মৃত্যুক সাৱতি লয় ৷ যুৱক জনৰ নাম অমূল্য তাঁতী ৷ ৰঙাপৰাৰ গোপীনাথ বৰদলৈ পথত থকা এ ডি এণ্টাৰপ্ৰাইজ নামৰ মটৰ গেৰেজটোত বিগত তিনিমাহ ধৰি মানিক তাঁতীৰ তৃতীয় পুত্ৰ অমূল্য তাঁতীয়ে কাম কৰি আহিছিল ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.