thumbnail

By

Published : Aug 19, 2019, 6:24 PM IST

ETV Bharat / Videos

NRC কাউন্ট ডাউনঃ কি হ'ব দশা NRCত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন নজনোৱা খিলঞ্জীয়াৰ ?

গুৱাহাটী, 19 আগষ্টঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত তালিকা প্ৰকাশ পাবলৈ মাজত মাত্ৰ দহটা দিন বাকী। স্বাভাৱিকতে উৎকন্ঠা বৃদ্ধি পাইছে নাগৰিকপঞ্জীক লৈ। এনে সময়তে এটা কথা পৰিষ্কাৰ হৈ পৰিছে যে প্ৰায় পাচ লাখৰো অধিক লোকৰ নাম এই নাগৰিকপঞ্জীৰ পৰা বাদ পৰাটো প্ৰায় নিশ্চিত।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.