সন্ধিয়া 6 বজাৰ লগে লগেই আমগুৰিত বন্ধ হ’ল দোকান-পোহাৰ - প্ৰশাসন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11480656-thumbnail-3x2-kjhbv.jpg)
আমগুৰিত ৬ বজাৰ লগে লগে বন্ধ হৈ পৰিছে ব্যৱসায়িক প্ৰতিষ্ঠান । ক'ভিড অতিমাৰীৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰৰ পৰা ৰাজ্য চৰকাৰে যি নিৰ্দেশ জাৰী কৰিছে, সেই নিৰ্দেশ আমগুৰিত মানি চলা পৰিলক্ষিত হয় । সদাব্যস্ত আমগুৰি নগৰৰ চাৰিআলিত আমগুৰি আৰক্ষীয়ে জনসাধাৰণক সজাগ কৰা লগতে পৰিস্থিতি পৰ্যবেক্ষণ কৰে ৷