আকৌ যুগ্ম জীৱনৰ পাতনি মেলিবলৈ সাজু বৰষা - আকৌ যুগ্ম জীৱনৰ পাতনি মেলিবলৈ সাজু বৰষা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-10733569-thumbnail-3x2-k.jpg)
কন্যাৰ সাজত বৰষা ৰাণী। যুগ্ম জীৱনৰ বাবে সাজু হৈছে অসমীয়া বোলছবি জগতৰ মোহময়ী তথা জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী । আৰু কেইঘন্টামানৰ পিছতে সম্পন্ন হ'ব ভাষ্কৰ বৰুৱাৰ সৈতে বিবাহ কাৰ্য। বৈদিক পৰম্পৰাৰে পুনৰবাৰ সাংসাৰিক জীৱনত ভৰি থব অভিনেত্ৰী বৰষাই । এই বিবাহখনে ছ‘চিয়েল মিডিয়াতো লাভ কৰিছে ব্যাপক চৰ্চা ।