প্ৰতিকৃতি সৎকাৰ কৰি পৰিয়ালে পাতিলে সন্ধানহীন সেনা জোৱানৰ আদ্যশ্ৰাদ্ধ - MISSING
🎬 Watch Now: Feature Video

১৯৯৫ চনতে দেশ মাতৃৰ সেৱাৰ বাবে ওলাই যোৱা এজন যুৱক ২৪ বছৰে ঘুৰি নাহিল ঘৰলৈ। কোনো সন্ধান নাপাই পৰিয়ালে ২৪ বছৰৰ পিছত জোৱানৰ প্ৰতিকৃতি সৎকাৰ কৰি
সামাজিক প্ৰথা মতে অনুস্থিত কৰিলে শ্ৰাদ্ধ । CEPF ত নিযুক্তি লাভ কৰি ঘৰৰ পৰা ওলাই গৈছিল অতুল ফুকন । ১৯৯৬ চনৰ ২২ জুলাইত খবৰ আহিল পৰিয়াল লৈ । ৬ জুন ,১৯৯৬ তে চিকিৎসালয় ৰ পৰা নোহোৱা হল অতুল। এদিন দুদিন কৰি ২৪ বছৰ পাৰ হল পৰিয়াল, CRPF কোনেও সন্ধান নাপালে অতুল ফুকনৰ। দুটা যুগৰ পিছত পৰিয়ালে অতুল ফুকনৰ মৃত্যু হোৱা বুলি ভাবি কৰিলে প্ৰতিকৃতি সৎকাৰ পাতিলে আদ্যশ্ৰাদ্ধ ৷