শ্বেৰমান আলীক গুৰুত্ব নিদিয়ে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে - কংগ্ৰেছ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13234430-thumbnail-3x2-jjjjj.jpg)
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ খতিয়ান ল'বলৈ শুকুৰবাৰে ডিব্ৰুগড়ত উপস্থিত হ'ল মন্ত্ৰী ৰঞ্জিত দাস । ডিব্ৰুগড়ত উপস্থিত হোৱাৰ পাচতে কেবিনেট মন্ত্ৰী গৰাকীয়ে কয়, মই শ্বেৰমান আলীৰ কথাত গুৰুত্ব নিদিওঁ । শ্বেৰমান আলীৰ মানসিকতা ৰাইজে পূৰ্বৰ পৰাই দেখি আহিছে । যদি ৰাজ্যত বিজেপি চৰকাৰ নাথাকিল হয় শ্বেৰমান আলীয়ে সৃষ্টি কৰা পৰিবেশতকৈ বেছি ভয়ানক পৰিবেশ কংগ্ৰেছ আৰু এ আই ইউ ডি এফে সৃষ্টি কৰিলে হয় । শ্বেৰমান আলীৰ মন্তব্যই প্ৰমাণ কৰিছে তেওঁলোকৰ কিমান উগ্ৰ মানসিকতা ।