অখিল গগৈয়ে নিজকে ধ্ৰুৱ তৰা বুলি ভাৱে : পীযুষ হাজৰিকা - কংগ্ৰেছ
🎬 Watch Now: Feature Video

বোকাখাতত উপস্থিত হৈ ৰাইজৰ দল(Raijor Dal)ৰ সভাপতি তথা বিধায়ক অখিল গগৈ(Akhil Gogoi) আৰু কংগ্ৰেছ(Congress)ক তীব্ৰ সমালোচনা কৰে মন্ত্ৰী পীযুষ হাজৰিকা(Pijush Hazarika)ই ৷ তেওঁ কয় যে, উপ-নিৰ্বাচন(Bypolls)ত অখিল গগৈয়ে শূন্য আসন লাভ কৰিব ৷ অখিল গগৈয়ে প্ৰাৰ্থী দিয়া প্ৰতিটো সমষ্টিতে বিজেপিয়ে অভিলেখ সংখ্যক ভোটত জয়ী হ’ব ৷ অখিল গগৈয়ে নিজকে ধ্ৰুৱ তৰা বুলি ভাৱে ৷ আনহাতে কংগ্ৰেছৰ ঘাঁহ পুৰাণ সন্দৰ্ভত ‘আমি বিজেপিৰ বোৰ সকলো গৰুৱেই, আমাৰ গাখীৰ ওলাবই; তেওঁলোকৰ ঘাঁহ তেওঁলোকে নিজেই খাওক, তেওঁলোকে নিজৰ গাখীৰ দিয়াৰ ব্যৱস্থা কৰক’ বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী হাজৰিকাই ৷ শুনক তেওঁৰ মুখেৰে...