সুৰাৰ বাবেই সৰ্বস্বান্তঃ জংঘলেই এতিয়া একমাত্ৰ আশ্ৰয় - সুৰাৰ বাবেই সকলো হেৰুৱালে মৰিগাঁৱৰ এটা পৰিয়ালে
🎬 Watch Now: Feature Video

মৰিগাঁও, 21 জুনঃ সুৰাই সৰ্বস্বান্ত কৰা এটি পৰিয়ালৰ জংঘলেই হ'ল একমাত্ৰ আশ্ৰয় । মানুহে অঘৰী জীৱন-যাপন কৰাৰ বিভিন্ন ধৰণৰ কাহিনী আপোনালোকে হয়তো শুনিছে । পৰিবেশ আৰু পৰিস্থিতিৰ তাগিদাত কেতিয়াবা মানুহে ঘৰ থাকিও অঘৰী জীৱন কটাবলগীয়া হ'লেও একামাত্ৰ সুৰাৰ বাবেই সকলো হেৰুৱাই গোটেই পৰিয়ালটো বাস কৰিছে হাবিৰ মাজত ৷