thumbnail

By

Published : Feb 1, 2022, 6:20 PM IST

ETV Bharat / Videos

Rupjyoti Kurmi Surrenders PSOs: নাচি-বাগি দেহৰক্ষী বৰ্জন বিধায়ক ৰূপজ্যোতিৰ

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ শান্তিৰ পৰিৱেশ ঘূৰি আহিল ৷ তাতে 5 বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে এই পৰ্যন্ত ৷ দুই এজনহে আছে কংগ্ৰেছ বা ৰাইজৰ দল কৰা, তেওঁলোকো বিধায়কগৰাকীৰ লগত ভিতৰি মিলি থাকে ৷ এনে এটা পৰিৱেশত দেহৰক্ষীৰ প্ৰয়োজনীয়তা অনুভৱ নকৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ সেয়েহে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন(Hiamnta Biswa Sarma Birthday)ৰ দিনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ কাল্চাৰ বুলি অভিহিত কৰা দেহৰক্ষীক নাচি-বাগি বিদায় দিলে বিধায়কগৰাকীয়ে (Rupjyoti Kurmi Surrenders PSOs)৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.