মাজুলীত ব্ৰহ্মপুত্ৰত সন্ধানহীন এজন লোক - majuli ferry news
🎬 Watch Now: Feature Video

মাজুলীত পুনৰ অঘটন ৷ নিমাতীৰ পৰা মাজুলী অভিমুখী RPL ডিগাৰু ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত পৰিছে এজন লোক(Man falls from ferry into Brahmaputra) ৷ বৃহস্পতিবাৰে নিমাতীৰ পৰা পুৱা 9.30 বজাত কমলাবাৰী পাৰঘাট অভিমুখে আহি আছিল ফেৰীখন ৷ লোকজনে নিজেই নদীত জাপ দিয়াৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ বাতৰি সংগ্ৰহ কৰা সময়লৈকে সন্ধান লাভ কৰা নাই লোকজনৰ ৷ চাওক এই প্ৰতিবেদন...