গ্ৰীষ্মকালতো সতেজ হৈ থাকক এই স্মুডি সেৱনেৰে - homemade recipes
🎬 Watch Now: Feature Video
আপোনাৰ যদি সেই পুৰণি শীতল পানীয়বোৰৰ প্ৰতি অনিহা আহিছে তেন্তে এবাৰ আনাৰসৰ এই স্মুডিৰ সোৱাদ লৈ চাওক ৷ হয়, এই আনাৰস আৰু কমলাৰ মিশ্ৰণেৰে তৈয়াৰী শীতল পানীয়ই নিশ্চয় আপোনাক তৃপ্তি প্ৰদান কৰিব ৷ সেয়েহে আমি এখোজ আগুৱাই আহিছো আপোনাৰ বাবে মিঠা-টেঙা সোৱাদৰ এই আনাৰস আৰু কমলাৰ স্মুডিৰ ৰেচিপ লৈ ৷ আমি ইয়াত গাখীৰৰ সলনি দৈৰ ব্যৱহাৰ কৰিছো ৷ যিয়ে আপোনাক গ্ৰীষ্মৰ দিনটো সতেজ কৰি ৰখাৰ লগতে লেক্টচ্ অসহিষ্ণুতাত ভোগা লোকৰ দেহত উষ্ণতা হ্ৰাস কৰাত সহায় কৰিব ৷ আপুনি যদি বিচাৰে তেন্তে আপোনাক মন পছন্দৰ ফলৰ সৈতে এই পানীয়বিধ তৈয়াৰ কৰিব পাৰে ৷
Last Updated : Jul 30, 2020, 2:46 PM IST