ৰাইজৰ দলৰ প্ৰাৰ্থী লোহিত গগৈৰ ভোটদান - 2021 চনৰ বিধানসভা নিৰ্বাচন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11179597-thumbnail-3x2-qq.jpg)
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী লোহিত গগৈয়ে ভোট প্ৰদান কৰে ৷ কাকতিবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্রত ভোট প্ৰদান কৰে ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীয়ে । 2021 চনৰ বিধানসভা নিৰ্বাচনত ৰাজ্যত জাতীয়তাবাদৰ উত্থান হ'ব বুলি আশাবাদী প্ৰাৰ্থী গৰাকী ।