বিৰাটৰ বিৰাট প্ৰতিভা ! - চিকিৎসা
🎬 Watch Now: Feature Video

লখিমপুৰ,1আগষ্ট: লখিমপুৰ জিলাৰ বিশেষ প্ৰতিভাৰ গৰাকী এটি শিশু ৷ নাম তাৰ বিৰাট ৷ খগেন হাটীমুৰীয়া আৰু মনিকা হাটীমঙৰীয়াৰ সন্তান ৷ আঢ়ৈ বছৰ বয়সতে বিৰাটে নাগাৰা বজাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ শিশুটি জন্মৰে পৰা চকুৰে ভালদৰে মনিব নোৱাৰে ৷ অদম্য প্ৰতিভাৰ গৰাকী এই শিশুটিৰ চিকিৎসাৰ বাবে লাগে এতিয়া আপোনাৰ সহায় ৷ আপোনাৰ অলপ সহায়ে বিৰাটক দিব পাৰে নতুন জীৱন ৷