বছৰৰ অন্তিম দিনত লাওখোৱা অভয়াৰণ্যত পৰ্যটকৰ ভিৰ

By

Published : Dec 31, 2020, 7:23 PM IST

thumbnail

বছৰৰ অন্তিম দিনৰ অন্তিম সময়ছোৱাৰ প্ৰাক মুহুৰ্তত সকলো ব্যস্ত হৈ পৰিছে পুৰণিক বিদায় দি নতুনক আদৰিবলৈ ৷ এসাঁজ লগে-ভাগে খাই পুৰণি বছৰটোক বিদায় দিবলৈ তৎপৰ হৈ পৰিছে সকলো ৷ লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যলৈ বছৰৰ অন্তিমটো দিনত সোঁত বইছে ৰাইজৰ ৷ বহু উত্থান-পতনৰ সাক্ষী এই বৰ্যটোক বিদায় দি নতুন বছৰটোক আদৰিবলৈ ন উদ্যমেৰে সাজু হৈছে ৰাজ্যবাসী ৷ সেই সন্দৰ্ভত চাওক এই প্ৰতিবেদন-

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.