thumbnail

By

Published : Apr 22, 2021, 7:58 PM IST

ETV Bharat / Videos

পঞ্চভূতত বিলীন হ’ল কণ্ঠশিল্পী ভিতালী দাস

বৃহস্পতিবাৰে মহানগৰীস্থিত নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় অসমীয়াৰ হিয়াৰ আমঠু মৰমৰ কণ্ঠশিল্পী ভিতালী দাসৰ ৷ শিল্পী গৰাকীক শেষ বিদায় জনালে সাংস্কৃতিক জগতৰ বৰেণ্য শিল্পী, ৰাজ্যৰ কেইবাগৰাকীও আগশাৰীৰ ব্যক্তিৰ লগতে অসংখ্য গুণমুগ্ধই ৷ অশ্ৰুসিক্ত নয়নেৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ল বিহু গীতৰ সমাজ্ঞী গৰাকীৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.