লালিলাঙৰ সুৰত প্ৰাণ পাই উঠিল মৰিগাঁৱৰ কাহিবাৰীৰ বিহুতলী - সমূহীয়া মৎস্য চিকাৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3247958-thumbnail-3x2-bvhfjbv1.jpg)
মৰিগাঁও, 11 মে': শুকুৰবাৰে লালিলাঙৰ সুৰত প্ৰাণ পাই উঠিল মৰিগাঁৱৰ মাছখোৱা কাহিবাৰীৰ বিহুতলী ৷ বিহুতলীত শিল্পীসকলে পৰিৱেশন কৰে তিৱা জনগোষ্ঠীৰ লালিলাং নৃত্য-গীত ৷ বিশ্বাস অনুসৰি ঐতিহাসিক ডিমৰীয়া ৰাজ্যৰ ৰজাক সমূহীয়া মৎস্য চিকাৰৰ সময়ত গাঁৱৰ লোকসকলে লালিলাং গীত পৰিৱেশন কৰি আদৰি আনিছিল ৷