ইউৰিয়া সাৰৰ নাটনিয়ে বিপাঙত পেলাইছে কৃষকক - udalguri farmers
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13106656-thumbnail-3x2-u.jpg)
ওদালগুৰিত ব্যাপক নাটনি হৈছে ইউৰিয়া সাৰ(Urea Fertiliser) ৷ সাৰ বিচাৰি হাহাকাৰ কৰিছে কৃষকসকলে ৷ ঠন ধৰি উঠা শালিধানৰ বতৰত এতিয়া ধাননিডৰাত ইউৰিয়া সাৰ ছটিওৱাৰ সময় । কিন্তু তেনে সময়তে সাৰৰ নাটনি হৈছে ওদালগুৰিৰ কৃষকসকলৰ মাজত ৷ সাৰ ছটিওৱাৰ এই ভৰপক সময়ত সাৰ দিব নোৱাৰি চিন্তিত হৈ পৰিছে জিলাখনৰ কৃষকসকল । ইউৰিয়া সাৰৰ অভাৱত সঁজাল ধৰা ধাননিডৰা ৰঙচুৱা হৈ পৰিছে । শুনক কৃষি মন্ত্ৰী অতুল বৰাক(Atul Bora) উদ্দেশ্যি কি কয় দুৰ্ভগীয়া কৃষকসকলে...