কলাইগাঁও কাণ্ড : ভয়-শংকাত কুলশীপাৰৰ ৰাইজ - অসম
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3770530-thumbnail-3x2-bkjnkln.jpg)
মানৱীয়তাক জোকাৰি যোৱা কলাইগাঁৱৰ কুলশীপাৰত সংঘটিত অমানৱীয় কাণ্ডক লৈ ৰাজ্যজুৰি সৃষ্টি প্ৰতিক্ৰিয়াৰ ৷ ভয় শংকাত দিন কটাইছে কুলশীপাৰবাসীয়ে ৷ ইতিমধ্যে নিহত ঘটনাৰ লগত জড়িত এজন ৷ কুলশীপাৰাৰ পৰা আমাৰ সাংবাদিক ধনদ্বীপ বৰাৰ প্ৰতিবেদন ...