ঘন কুঁৱলীৰ বাবে যোৰহাট-মাজুলী ফেৰীসেৱাত ব্যাঘাত

By

Published : Dec 13, 2021, 2:23 PM IST

thumbnail
যোৰহাট-মাজুলীৰ ফেৰীসেৱাত ব্যাঘাত(Jorhat Majuli ferry service disrupted)। ঘন কুঁৱলীৰ বাবে নিমাতী-মাজুলী ফেৰী চলাচলত একপ্ৰকাৰ বাধাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ সোমবাৰে ব্ৰহ্মপুত্ৰৰ বুকু ঘন কুঁৱলীয়ে আৱৰি ধৰাৰ ফলত ফেৰীৰ চলাচলত যথেষ্ট অসুবিধাৰ সৃষ্টি হয় ৷ ইফালে নদী পাৰ হ'বলৈ পুৱা প্রায় ৬ বজাৰে পৰা যাত্ৰীয়ে ভিৰ কৰেহি ফেৰীঘাটত । যাত্রীসকলক সকলো নীতি-নিয়ম মানি টিকট প্ৰদান কৰা হয় সুৰক্ষাৰ স্বাৰ্থত ফেৰী চলাচলৰ পৰা বিৰত থাকে কৰ্মচাৰীসকল ৷ যাৰ ফলত যাত্ৰীসকলে বহু সময় ধৰি পাৰঘাটতে জাহাজ চলাচলৰ বাবে অপেক্ষা কৰিবলগীয়া হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.