বানে ভয়ংকৰ ৰূপ লৈছে জোনাইত - চিয়াং নদী
🎬 Watch Now: Feature Video

জোনাই,১৩জুলাই: বলীয়া বানে ভয়ংকৰ ৰূপ লৈছে জোনাইত। জোনাইৰ বেৰাচাপৰি সোনোৱাল কাঠনিত মথাউৰিৰ ওপৰেৰে বৈছে পানী। চিয়াং নদীৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে মালভূগ,শান্তিপুৰ,সোনোৱাল কাঠনি,মাজগাঁও। এই বানৰ বাবে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বন্যাৰ্তৰ মাজত ।