সচিবালয়ত খালি হৈ আছে ১৩১ টা শীৰ্ষ পদ, কাণসাৰ নাই ৰাজ্য চৰকাৰৰ
🎬 Watch Now: Feature Video
ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড জনতা ভৱনত কেনে চলিছে কৰ্মসংস্কৃতি ? সুস্থিৰ ভাবে প্ৰশাসন চলাবলৈ ৰাজধানী জনতা ভৱনত আছেনে পৰ্যাপ্ত বিষয়া-কৰ্মচাৰী ? আচৰিত নহ'ব, যিটো জনতা ভৱনৰ পৰা পৰিচালিত হয় ৰাজ্যৰ সমস্ত প্ৰশাসন ব্যৱস্থা, তাতেই এতিয়া অভাৱ শীৰ্ষ বিষয়াবৰ্গৰ । সুদীৰ্ঘ সময় ধৰি সচিবালয়ত খালি হৈ আছে ১৩১ টা শীৰ্ষ পদ ৷ ফলত একোজন শীৰ্ষ বিষয়াই চম্ভালিব লগীয়া হৈছে বিভিন্ন বিভাগ ৷