Assam Cabinet decisions : ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আৰ্হিত সজোৱা হ'ব পাঠ্যক্ৰম - Assam cabinet decision

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 24, 2021, 8:44 PM IST

ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়নৰ(Implementation of national education policy) ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে ৰাজ্যিক কেবিনেটে(Assam cabinet decision) ৷ 2023 চনৰ 1 এপ্ৰিলৰ পৰা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আৰ্হিত সজোৱা হ'ব ৰাজ্যৰ পাঠ্যক্ৰম ৷ অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষা নীতি(national education policy) অনুসৰি 5+3+3+4 আৰ্হিত সজোৱা হ'ব পাঠ্যক্ৰম ৷ ইতিমধ্যে এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.