ETV Bharat / state

কোনকেইটা ৰাশিৰ বাবে আজিৰ দিনটো অতি শুভ... - DAILY HOROSCOPE

আজিৰ দিনটো আপোনাৰ কেনে যাব ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল ।

Horoscope 20 Dec
এইকেইটা ৰাশিৰ বাবে আজিৰ দিনটো অতি শুভ... (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 6 hours ago

মেষ ৰাশি : আজিৰ দিনটোৰ বাবে নিজৰ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণত ৰাখক । আজি আপোনাৰ একো ভাল নালাগিব, শাৰীৰিকভাৱেই হওঁক বা মানসিকভাৱেই হওঁক । আপুনি যিমানেই কষ্ট নকৰক কিয়, প্ৰত্যাশিত ফল নাপাব । সন্তানক লৈ উদ্বিগ্ন হোৱাৰ আশংকা আছে । কৰ্মক্ষেত্ৰৰ ব্যস্ততাৰ ফলত পৰিয়ালক সময় দিব নোৱাৰিব । বেয়া চিন্তা আৰু আচৰণৰ পৰা দূৰত থাকক । অনাৱশ্যক দায়িত্ব পালন নকৰিব । পেটৰ সমস্যা হোৱাৰ আশংকা আছে । সম্ভৱ হ'লে ভ্ৰমণ পিছুৱাই দিয়ক । কৰ্মক্ষেত্ৰত সকলো কাম ফলদায়ক হ'ব ।

বৃষ ৰাশি : আজি আপুনি উৎসাহ, দৃঢ়তা আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব । আপুনি কষ্ট কৰা অনুসৰি কামত প্ৰত্যাশিত ফল পাব । আনুকূল্য আৰু সুযোগ-সুবিধা পোৱাৰ স্পষ্ট ইংগিত আছে । পঢ়ুৱৈসকলে সহজতে পঢ়াশুনা বুজি পাব আৰু পঢ়াশুনা কৰি আনন্দও পাব । কৰ্মক্ষেত্ৰত অনুকূল আৰু বিত্তীয় লেনদেনত লাভ সুনিশ্চিত । সন্তানৰ বাবে ব্যয়ৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি । সিহঁতৰ কাৰণে আপুনি বিনিয়োগ কৰিব পাৰে । শিল্পী আৰু খেলুৱৈসকলে নিজৰ প্ৰতিভা প্ৰকাশ কৰিব পাৰিব ।

মিথুন ৰাশি : আজি কোনো কাম বা প্ৰকল্প হাতত ল'লে, সেয়া সফলভাৱে সম্পন্ন হ'ব । কৰ্মক্ষেত্ৰত সফল হোৱাৰ তীব্ৰ সম্ভাৱনা আছে । বৃত্তিধাৰী আৰু ব্যৱসায়ীসকলে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰচুৰ উদগনি আৰু সমৰ্থন লাভ কৰিব । সৰু-সুৰা ভ্ৰমণৰ যোগ আছে । বন্ধু, প্ৰিয়জন বা চুবুৰীয়াৰ সৈতে কাজিয়া হ'লে তাৰ পৰিণাম আপোনাৰ অনুকূলে থাকিব । আপোনাৰ মেজাজ আৰু চিন্তা বাৰে বাৰে সলনি হৈ থাকিব । শত্ৰু আৰু প্ৰতিপক্ষসকলে সেও মানিব । আৰ্থিক দিশত উত্থান-পতনৰ বাবে সাজু থাকক ।

ককৰ্ট ৰাশি : আপোনাৰ হতাশ মনোভাৱে আপোনাক যেন পৰাস্ত কৰিব নোৱাৰে । নিজৰ শাৰীৰিক আৰু মানসিক দুৰ্বলতা, নিজৰ দুখ-দুৰ্দশা আৰু হতাশাৰ পৰা ওলাই আহিবলৈ সাজু হওঁক । আপোনাৰ চকুৰ সমস্যা দেখা দিব পাৰে । ঘৰুৱা পৰিৱেশ সেমেকা থাকিব । ভুল বুজাবুজি আৰু উদ্বেগ সৃষ্টি হ'বলৈ নিদিব । পঢ়ুৱৈসকলে নিজৰ কঠোৰ পৰিশ্ৰমৰ সুফল পাব । বেআইনী আৰু বেয়া চিন্তাধাৰাক মনলৈ আহিবলৈ নিদিব । খৰচৰ সীমা চেৰাই যোৱাৰ সম্ভাৱনা আছে ।

সিংহ ৰাশি : আজি আপোনাৰ মনত উদ্দীপনা আৰু আত্মবিশ্বাস উভৈনদী হ'ব । আজি আপুনি খৰতকীয়া আৰু ভ্ৰান্তিহীন সিদ্ধান্ত ল'বলৈ সক্ষম হ'ব । পিতৃ আৰু পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ দ্বাৰা উপকৃত হ'ব আৰু তেওঁলোকৰ পৰা সুযোগ-সুবিধা পাব । আপোনাৰ ভাৱমূৰ্তিৰ উন্নতি হ'ব পাৰে । স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ চিন্তাৰ কাৰণ নাই ।

কন্যা ৰাশি : সদিচ্ছা আৰু অহংকাৰৰ সংঘাতে দেখা দিব পাৰে । ইয়াক যিকোনো মূল্যত প্ৰতিহত কৰক । আজি আপোনাৰ শাৰীৰিক আৰু মানসিক শক্তি কম হৈ থাকিব । ই যেন আপোনাক অধিক উদ্বিগ্ন কৰি তুলিব নোৱাৰে, সেই দিশত লক্ষ্য ৰাখক । আজি আপুনি আগ্ৰাসী আৰু খঙাল হৈ থাকিব । বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ কাজিয়া-বিবাদ আৰু তৰ্ক-বিতৰ্ক হোৱাৰ তীব্ৰ আশংকা আছে । ধৰ্মীয় ক্ৰিয়াকলাপত ব্যয়ৰ সম্ভাৱনাক এৰাই চলিব পৰা নাযাব । স্বাস্থ্য সচেতন হওঁক, বিশেষকৈ আজি । পূৰ্ব পৰিকল্পনাহীন ব্যয়ৰ যোগ আছে । যিমান দূৰ সম্ভৱ কাজিয়া-বিবাদৰ পৰা দূৰত থাকক ।

তুলা ৰাশি : তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে ভাল সময় অব্যাহত থাকিব । কালি আপোনাৰ গ্ৰহৰ অৱস্থান বৰ ভাল আছিল, তাৰ ফল আজি থাকিব কাৰণে আনন্দ-উৎসাহেৰে পূৰ্ণ হৈ থাকিব । আপুনি হয়তো ইতিমধ্যেই বন্ধু, পৰিয়াল বা প্ৰেয়সীৰ সৈতে সুন্দৰ ভ্ৰমণ উপভোগ কৰিছেই । যদি কৰা নাই, তেন্তে শীঘ্ৰেই জীৱনৰ সৰ্বশ্ৰেষ্ঠ ভ্ৰমণ আৰম্ভ হ'ব আপোনাৰ । বিভিন্ন ক্ষেত্ৰৰ পৰা উপকৃত হ'ব আৰু আপোনাৰ আৰ্থিক অৱস্থাৰো উন্নতি হ'ব । বন্ধুসকলৰ সৈতে সুমধুৰ আৰু ৰোমাঞ্চকৰ সময় কটাব । তেওঁলোকৰ দ্বাৰাও উপকৃত হ'ব পাৰে । বিবাহ প্ৰাৰ্থীসকলৰ বাবে সময়টো অসাধাৰণ । এতিয়া যিকোনো সময়ত নিজৰ পছন্দৰ সংগী বা সংগিনীক হয়তো লগ পাব পাৰে । অসাধাৰণ ! খাদ্য-ৰসিকসকলৰ বাবে সময়টো বৰ ভাল ।

বৃশ্চিক ৰাশি : আজি সকলো দিশতে ভাল হোৱাৰ সম্ভাৱনা আছে । ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত দিনটো উজ্জ্বল আৰু উৎসাহব্যঞ্জক । ঊৰ্ধ্বতন কৰ্তৃপক্ষ আপোনাৰ কামত সন্তুষ্ট হ'ব আৰু আপোনাৰ কামৰ প্ৰশংসা কৰিব । পদোন্নতিৰ সম্ভাৱনা প্ৰবল । ঘৰত সুখ-শান্তি আৰু আনন্দ বিৰাজ কৰিব । অফিচৰ কামত বাহিৰলৈ যাবলগীয়া হ'ব পাৰে, সাজু থাকক । সন্তানৰ উন্নতিয়ে আপোনাক আনন্দ আৰু পৰিতৃপ্তি প্ৰদান কৰিব ।

ধনু ৰাশি : আজি আপুনি অসুস্থ অনুভৱ কৰিব পাৰে । আজি গোটেই দিনটো আপুনি অস্থিৰ আৰু এলেহুৱা অনুভৱ কৰিব । আজি আপুনি মানসিক চাপ আৰু উদ্বেগত ভুগিব । ব্যৱসায়ত বিফল হোৱাৰ প্ৰবল আশংকা আছে । ক্ষতিকৰ চিন্তা আৰু অনুভূতিসমূহক মনলৈ আহিবলৈ নিদিব । কোনো কাম কৰিবলৈ যোৱাৰ আগতে ভালকৈ পৰিকল্পনা কৰি লওঁক । ঊৰ্ধ্বতনসকলৰ অসন্তুষ্টিৰ কাৰণ নহ'ব । শত্ৰু আৰু প্ৰতিপক্ষসকলৰ মুখামুখি হোৱাৰ বাবে আজিৰ দিনটো বেয়া ।

মকৰ ৰাশি : স্বাস্থ্যৰ কাৰণে পূৰ্ব পৰিকল্পনাহীন ব্যয়ৰ বাবে সাজু থাকক । সামাজিক দায়বদ্ধতা আৰু বাহ্যিক ক্ৰিয়াকলাপৰ কাৰণে আপোনাৰ ব্যয় বৃদ্ধি হ'ব পাৰে । খাদ্যাভ্যাসৰ প্ৰতি যত্নশীল হওঁক । খঙক দমন কৰি ৰাখক । ইতিবাচক হৈ থাকক আৰু সকলো প্ৰকাৰ নৈৰাশ্য আৰু নেতিবাচক মনোভাৱ দূৰত ৰাখক । ব্যৱসায়িক দিশত দিনটো অনুকূল আৰু উজ্জ্বল । নিজৰ অংশীদাৰসকলক মনত আঘাত দি কথা নক'ব, তেওঁলোকৰ খং নুতুলিব । কৰ্মক্ষেত্ৰত আজি সকলো কাম আপুনি নিজৰ অভিজ্ঞতা আৰু প্ৰত্যুৎপন্নমতিতাৰে সফলভাৱে সম্পন্ন কৰিব পাৰিব ।

কুম্ভ ৰাশি : আজি আপুনি সকলো কাম সম্পূৰ্ণ দৃঢ়তা আৰু আত্মবিশ্বাসেৰে সম্পন্ন কৰিব পাৰিব । কোনো ভ্ৰমণ বা ছুটীত ফুৰিবলৈ যোৱাৰ সম্ভাৱনা আছে । আজি ৰংচঙীয়া পোছাক পিন্ধি ক'ৰবাত ফুৰিবলৈ যাব পাৰে, উৎকৃষ্ট খাদ্য ভোজনৰ যোগ আছে । অংশীদাৰিত্বৰ পৰা লাভৱান হ'ব । গাড়ী চলাই আনন্দদায়ক ভ্ৰমণত যাব পাৰে ।

মীন ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে উজ্জ্বল আৰু ঘটনাবহুল । আপোনাৰ আত্মবিশ্বাসে আজি আপোনাক গোটেই দিনটো অনুপ্ৰাণিত কৰি ৰাখিব । আপোনাৰ উদ্যমৰ কোনো সীমা নাথাকিব । ঘৰত সুখ আৰু শান্তি বৰ্তি থাকিব । শত্ৰু আৰু প্ৰতিপক্ষসকলে সেও মানিব । নিজৰ তীব্ৰ আকাংক্ষা আৰু আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণ কৰি ৰাখক । নিজৰ কথা-বতৰা আৰু আচৰণত বিনম্ৰ হৈ থাকক । সহকৰ্মীসকলে বিশেষকৈ সহায় কৰিব, তেওঁলোকৰ দ্বাৰা উপকৃত হ'ব । নিজ বাসভূমিৰ পৰা খবৰ পাই আপুনি আনন্দ আৰু পৰিতৃপ্তি লাভ কৰিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.