অনিয়ন্ত্ৰিত মূল্যবৃদ্ধি : গ্ৰামাঞ্চলৰ একাংশ গৃহিণীৰ মাজত নাই দীপাৱলীৰ আনন্দ - price hike
🎬 Watch Now: Feature Video

আমগুৰিৰ এটা গ্ৰামাঞ্চলৰ একাংশ গৃহিণীৰ মাজত নাই দীপাৱলীৰ আনন্দ ৷ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিৰ বাবে মিঠাতেল, দাইল, আলু, পিঁয়াজকে ধৰি নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱ অনুভৱ কৰিছে গৃহিণীসকলে ৷ তদুপৰি ৰন্ধন গেছৰ পৰিৱৰ্তে পাকঘৰত খৰিৰ চৌকা ব্যৱহাৰ কৰিবলৈ লৈছে গৃহিণীসকলে ৷ চাওক আমগুৰিৰ পৰা এক প্ৰতিবেদন...