গুদাম ঘৰলৈ পৰিণত দ্বিতীয় বিশ্বযুদ্ধৰ মিত্ৰজোঁটৰ ঘাটি - কালী প্ৰসাদ স্মৃতি ভৱন
🎬 Watch Now: Feature Video
মহাত্মা গান্ধীয়ে দ্বাৰ মুকলি কৰা কালী প্ৰসাদ স্মৃতি ভৱন ৷ য’ত স্বাধীনতা সংগ্ৰামৰ এখন সভাত অংশগ্ৰহণ কৰিছিল পণ্ডিত জৱাহৰলাল নেহৰুৱে ৷ বৰ্তমান কি অৱস্থাত শিবসাগৰৰ এই ভৱনটো ? চাওক ই টি ভি ভাৰত অসমৰ এক প্ৰতিবেদন..