উত্তৰ পূৱৰ নাৰীৰ বাবে এটা ভাল খবৰ আনিছে উত্তৰ পূব ছাত্ৰী সংগঠনে ... - নাৰী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 14, 2019, 2:41 PM IST

প্ৰসংগ নাৰী নিৰ্যাতন ৷ কিমান সুৰক্ষিত আজিৰ নাৰী ৷ কৰ্মস্থলীৰ পৰা বিদ্যালয়লৈকে সুৰক্ষিত নহয় অসমৰ নাৰী ৷ ভাৰতীয় সংবিধানত উল্লেখ থাক মৰ্যাদা আৰু সন্মানৰ ক্ষেত্ৰত নাৰীয়ে পুৰুষৰ সমানেই অগ্ৰাধিকাৰ পাইছে নে ? সেয়া আজিৰ তাৰিখত সাধাৰণ কথালৈ পৰিণত হৈছে ৷ কিয়নো সমীক্ষা অনুসৰি নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত ভাৰতবৰ্ষত ৰাজধানী দিল্লীৰ পিচতে অসম দ্বীতিয় স্থানত আছে ৷ কিন্তু তাৰ মাজতে এটা ভাল খবৰ ৷ উত্তৰ পূৱৰ যুৱক যুৱতী তথা নাৰী সুৰক্ষাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে উত্তৰ-পূব ছাত্ৰী সংগঠনে ৷ এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.