17 বছৰ অন্তত গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন - 816 গৰাকী ভোটাৰ
🎬 Watch Now: Feature Video
সুদীৰ্ঘ 17 বছৰৰ অন্তত গুৱাহাটী প্ৰেছ ক্লাৱৰ অনুষ্ঠিত হৈছে নিৰ্বাচন ৷ নিৰ্বাচনক কেন্দ্ৰ কৰি উদুলি মুদুলি প্ৰেছ ক্লাৱৰ পৰিৱেশ । মুঠ 36 গৰাকী প্ৰাৰ্থীয়ে 10 টা পদৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াইছে এইবাৰৰ নিৰ্বাচনত । 816 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব 36 গৰাকী প্ৰাৰ্থীৰ ভাগ্য।