ক'ত ক'ত ভ্ৰমণ কৰিছিল গুৱাহাটীৰ কৰ'ণাত আক্ৰান্ত মনিশ তীব্ৰৱালে ! - মনিশ তিব্ৰেৱাল গুৱাহাটী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-6662223-thumbnail-3x2-p.jpg)
ক'ৰ পৰা কোন স্থানলৈ ভ্ৰমণ কৰিছিল কভিড 19 ত আক্ৰান্ত গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনৰ মনিশ তীব্ৰৱাল ৷ সংবাদদাতাৰ আগত ব্যক্তিজনে স্ব-ইচ্ছাৰে প্ৰকাশ কৰে তেওঁৰ ভ্ৰমণসূচী ৷ 27 ফেব্ৰুৱাৰীত দিল্লীলৈ ৰাওঁনা হৈছিল মনিশ তীব্ৰৱাল ৷