thumbnail

By

Published : Apr 19, 2019, 6:42 PM IST

Updated : Apr 20, 2019, 4:29 PM IST

ETV Bharat / Videos

চৰকাৰে খৰ্ব কৰিব বিচাৰিছে সাংবাদিকৰ বাক্ স্বাধীনতা: তৰুণ গগৈ

সাংবাদিকৰ ওপৰত তদন্তৰ নিৰ্দেশ জাৰি কৰি মোডীয়ে হিটলাৰী শাসন চলোৱাৰ অভিযোগ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ অসমৰ জ্যেষ্ঠ সাংবাদিকৰ ওপৰত RSS-বিজেপিৰ এনে দমনমূলক নীতিয়ে বিজেপিৰ হতাশাগ্ৰস্ততাৰ এটা উদাহৰণ দাঙি ধৰা বুলি শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ সাংবাদিকৰ ওপৰত তদন্ত চলোৱাৰ নিৰ্দেশ প্ৰদান কৰি মোডী চৰকাৰে একনায়কত্ববাদ আৰু হিটলাৰী শাসন চলোৱাৰো অভিযোগ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ৷ এই সন্দৰ্ভত তৰুণ গগৈয়ে কি ক’লে চাওঁ আহক ...
Last Updated : Apr 20, 2019, 4:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.