সংখ্যালঘুক বিদেশী সজোৱাৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰঃ আমছু সভাপতি - sona ullah
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3445968-thumbnail-3x2-pp.jpg)
প্ৰাক্তন সেনা বিষয়া সোনা উল্লাহক বাংলাদেশী সজাই ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা ঘটনা সন্দৰ্ভত আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ প্ৰতিক্ৰিয়া ৷ এই ঘটনাৰ দ্বাৰা সংখ্যালঘুক বিদেশী সজোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাৰ বিৰুদ্ধে অভিযোগ আমছুৰ সভাপতিগৰাকীৰ৷ বঙাইগাঁৱৰ এক সংবাদমেলত এই সন্দৰ্ভত কি ক'লে আমছুৰ সভাপতিগৰাকীয়ে? চাওক আমাৰ এই প্ৰতিবেদনত ৷