thumbnail

By

Published : May 11, 2019, 6:09 PM IST

ETV Bharat / Videos

অসমত ৰাজনৈতিক সংস্কৃতি ধ্বংস কৰি পেলোৱা হৈছেঃ সমীৰ তাঁতী

" গণতন্ত্ৰৰ এদিন " ত এইবাৰৰ অতিথি বিশিষ্ট কবি সমীৰ তাঁতী ৷ নিষ্পেষিতজনৰ বেদনাক কবিতাৰে তুলি ধৰা কবি সমীৰ তাঁতী আজি কিয় ব্যথিত ৷ আমাৰ সাংবাদিক গৌতম বৰুৱাৰ সৈতে সমীৰ তাঁতীৰ এক সাক্ষাৎকাৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.