মঙ্গলদৈত নোৱা নৈৰ তাণ্ডৱ - mangaldai
🎬 Watch Now: Feature Video
দৰঙত এতিয়া নোৱা নৈ বানৰ তাণ্ডৱ । মথাউৰি ভাগি মঙ্গলদৈ কনাইছুবা, অধিকাৰী, মোল্লা পাৰা, বেজপাৰা আদিকে ধৰি প্ৰায় ৪/৫ খন গাঁও বিধ্বস্ত বানত ৷ ইপিনে শ- শ বিঘাৰ খেতি এতিয়া পানীৰ তলত বুৰ যোৱাত কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ ...