শোণিতপুৰৰ আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘনাৱাতৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ...

🎬 Watch Now: Feature Video

thumbnail
সমগ্ৰ অসমৰ লগতে শোণিতপুৰ আৰক্ষীয়েও মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ শোণিতপুৰ আৰক্ষীয়ে ১০ জুনৰ পৰা জিলাখনৰ পৰা ১.১১ গ্ৰাম ব্ৰাউন চুগাৰ, ২০ কিল’গ্ৰাম গাঞ্জা জব্দ কৰিছে আৰু ৩১ বিঘা গাঞ্জা খেতি উৎখাত কৰিছে । ইটিভি ভাৰতৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘনাৱাতে কয়, ড্ৰাগছ সৰবৰাহকাৰীৰ গোচৰত বৰ্তমানলৈকে মুঠ ২০ জন লোকক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে ৷ জিলা প্ৰশাসনৰ সহযোগিতাত শোণিতপুৰ আৰক্ষীয়ে ক’ভিড চেণ্টিনেল বুলি তিনিটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আৰু মুঠ ৫,০০০ লোক ইয়াৰ পৰা উপকৃত হোৱা বুলি প্ৰকাশ কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ।

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.