thumbnail

By

Published : Mar 27, 2021, 8:55 AM IST

ETV Bharat / Videos

মাজুলীৰ এটা ভোটকেন্দ্ৰত ইভিএমৰ বিসংগতি

ৰাজ্যৰ 47 টা সমষ্টিত ভোটগ্ৰহণ আৰম্ভ হৈছে ৷ ৯৯ নং মাজুলী বিধানসভা সমষ্ঠিতো আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । মাজুলীৰ ৪৭ নং বিষ্ণুপুৰ অংগনবাড়ী কেন্দ্ৰত হোৱা ভোটগ্ৰহণ কেন্দ্রত ই ভি এম বিকল হৈছে । ভোটাৰ সকলে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে যদিও ই ভি এম বিকল হোৱা বাবে ভোটদান প্রক্রিয়া আৰম্ভ হোৱা নাই কেন্দ্রটোত ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.