ৰাইজক টেঙা আম খোৱাই বিজেপিয়ে 100+ ৰ লক্ষ্য বান্ধিছে ! - debabrata saikia
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-10693557-thumbnail-3x2-hfhhf.jpg)
বিজেপিয়ে 100+ ৰ লক্ষ্য বান্ধি ল'লে নহ'ব ৷ ৰাইজে টেঙা আম এবাৰ হে কিনে ৷ কংগ্ৰেছে 'অসম বচাওঁ' অভিযানেৰে ৰাইজৰ ওচৰলৈ গৈছে ৷ ৰাইজে বুজি পাইছে বিজেপিৰ দিনত কিমান উন্নয়ন হ'ল ৷ ইটিভি ভাৰতৰ সাংবাদিকক এই দৰে মন্তব্য প্ৰকাশ কৰিলে কংগ্ৰেছ নেতা দেবব্ৰত শইকীয়াই ৷ শইকীয়াই কয়, পেট্ৰ'ল জাত সামগ্ৰীৰ দাম 100 টকা হ'ল ৷ ৰাজহুৱা সম্পদ বিক্ৰী কৰিবলৈ উলাইছে বিজেপিয়ে ৷ কা' জৰিয়তে বিজপিয়ে অসমীয়াৰ হাতত পুনৰ বিদেশী বুজা জাপি দিব বিচাৰিছে বুলিও মত প্ৰকাশ কৰে কংগ্ৰেছ নেতা গৰাকীয়ে ৷