মহাজোঁট সন্মিলিত বিপিএফৰ চৰকাৰ হ’ব: নিৰেণ চৈনাৰী
🎬 Watch Now: Feature Video
বিপিএফে এইবাৰ মহাজোঁট বন্ধনেৰে দিশপুৰত চৰকাৰ গঠন কৰিব ৷ ডঃ হিমন্ত বিশ্ব শৰ্মাই মহাজোঁট বন্ধনক সমালোচনা কৰা কথাক নস্যাৎ কৰি এইবাৰ দিশপুৰত মহাজোঁট বন্ধনে চৰকাৰ গঠন কৰি বিজেপিক ওফৰাই কোকৰাঝাৰত বিপিএফে চৰকাৰ গঠন কৰিব ৷ বৃহস্পতিবাৰে ৬২ নং বৰমা বিধানসভা সমষ্টিত বিপিএফৰ এক নিৰ্বাচনী কাৰ্যালয় উন্মোচন কৰি এইদৰে কয় বিপিএফ দলৰ কেন্দ্ৰীয় সদস্য নিৰেণ চৈনাৰীয়ে ৷ বাক্সাৰ তিনিটা সমষ্টিৰ ভিতৰত ৬২ নং বৰমা বিধানসভাত পবিন বড়ো, ৬৩ নং চাপাগুৰী সমষ্টিত প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী আৰু ৫৮ নং তামুলপুৰ সমষ্টিত বিপিএফ দলৰ ৰঞ্জা খুংগুৰ বড়োৰ বিজয় নিশ্চিত বুলি প্ৰকাশ কৰে নিৰেণ চৈনাৰীয়ে ৷
Last Updated : Mar 25, 2021, 10:20 PM IST