ভোটাৰৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলালে ব্ৰজেন্দ্ৰ নাথ ডেকাই

By

Published : Oct 25, 2021, 8:23 AM IST

thumbnail
উপ নিৰ্বাচন(By Election)ক লৈ ৰাজ্যত এতিয়া বলিছে গৰম বতাহ ৷ দেওবাৰে ভোটাৰৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলায় তামুলপুৰ বিধানসভা সমষ্টি(Tamulpur Constituency)ৰ গণ সুৰক্ষা পাৰ্টী(GSP)ৰ প্ৰাৰ্থী ব্ৰজেন্দ্ৰ নাথ ডেকা(Brajndra Nath Deka)ই ৷ নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে বিভিন্ন স্থানত সৰু সৰু সভাৰ আয়োজন কৰি অহাৰ সমান্তৰালকৈ সমষ্টিবাসীৰ ঘৰে ঘৰে গৈ ৰাইজৰ আশীৰ্বাদ লৈছে গণ সুৰক্ষা পাৰ্টীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.