নিৰ্বাচনত ৰাইজৰ জয় হ'ব বুলি আশাবাদী কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি গগৈ - অসম বিধানসভা নিৰ্বাচন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11610948-thumbnail-3x2-dhrubajyotigogoi.jpg)
অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা চলি থকাৰ মাজতে এইবাৰৰ নিৰ্বাচনত গণতন্ত্ৰ তথা ৰাইজৰ জয় হ'ব বুলি মন্তব্য দুলীয়াজানৰ কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি গগৈৰ ৷ ডিব্ৰুগড় উপায়ুক্তৰ কাৰ্যালয়ত হৈ থকা ভোট গণনা কেন্দ্ৰত উপস্থিত হৈ দুলীয়াজানৰ কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে ৰাইজৰ জয় হ'ব বুলি মন্তব্য কৰে ৷ ডিব্ৰুগড়ত চাৰিটা বিধানসভা সমষ্টিত কংগ্ৰেছে জয়লাভ কৰিব বুলিও গগৈয়ে মন্তব্য কৰে ৷