লাহৰীঘাটত কংগ্ৰেছৰ কোনো প্ৰত্যাহ্বান নাই: ডাঃ আশ্বিফ নাজাৰ - politics
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11104893-thumbnail-3x2-imgh.jpg)
নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰাৰ্থী সকলৰ মাজতো বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা ৷ ব্যতিক্ৰম নহয় ৮১ নং লাহৰীঘাট বিধান সভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ডাঃ আশ্বিফ নাজাৰো ৷ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ডাঃ আশ্বিফ নাজাৰে দেওবাৰে অংশগ্ৰহণ কৰে এক নিৰ্বাচনী সভাত ৷ ৮১ নং লাহৰীঘাটত এইবাৰ কংগ্ৰেছৰ বাবে কোনো নাই প্ৰত্যাহ্বান ৷
Last Updated : Mar 22, 2021, 1:43 PM IST