ক'ভিডৰ বাবে মৰাণৰ দেওবৰীয়া বজাৰত নাই গ্ৰাহকৰ ভিৰ - মৰাণ সাপ্তাহিক বজাৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11530897-591-11530897-1619333779891.jpg)
দেশৰ লগতে ৰাজ্যতো দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ ৷ মৰাণত শতকৰ ঘৰৰ ওচৰ পাইছে কৰ’ণাত আক্ৰান্তৰ সংখ্যাই ৷ কৰ’ণাৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মৰাণ সাপ্তাহিক বজাৰত ৰাইজৰ কিছু ভীৰ পৰিলক্ষিত হৈছে ৷ কিন্তু পূৰ্বৰ দৰে বজাৰখনত নাই গ্ৰাহকৰ ভীৰ । বিক্ৰেতাসকলে মাস্ক পৰিধান কৰা পৰিলক্ষিত হৈছে যদিও ক'ভিডৰ ভয়ত বজাৰলৈ অহা গ্ৰাহকৰ সংখ্যা হ্ৰাস হৈছে বুলি বিক্ৰেতাসকলে প্ৰকাশ কৰে ৷