মৰিগাঁৱত নৱমী উপলক্ষে অগণন ভক্তৰ সমাগম - পূজা
🎬 Watch Now: Feature Video

নৱমী(Navami)ৰ নিশা জন অৰণ্যত পৰিণত হ’ল মৰিগাঁও চহৰ ৷ অগণন লোকৰ সমাৱেশ মৰিগাঁৱৰ বিভিন্ন পূজা থলীত । ইফালে পূজা উপলক্ষে নিৰাপত্তা ব্যৱস্থা কটকটীয়া তুলিছে আৰক্ষী-প্ৰশাসনে ৷ এই সন্দৰ্ভত চাওক সংবাদদাতা ৰাতুল ডেকাৰ এক বিশেষ প্ৰতিবেদন...