thumbnail

By

Published : Feb 4, 2020, 3:26 PM IST

ETV Bharat / Videos

অভিভাৱক বিহীন হ'ল শিৱসাগৰবাসী

জীৱন বিত্তৰ দুই মেৰু সংযোগ কৰি অনন্ত ধামলৈ গতি কৰিলে বৰ্ষিয়ান ৰাজনীতিক তথা প্ৰৱীন কংগ্ৰেছী নেতা প্ৰণৱ কুমাৰ গগৈ ৷ জীৱনৰ 48 বসন্ত পাৰ কৰা অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক প্ৰণৱ কুমাৰ গগৈয়ে সোমবাৰে নিশা 10.40 বজাত গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.