দৰং জিলাৰ ঢলপুৰত চলা উচ্ছেদৰ বিৰুদ্ধে চি পি আই এমৰ প্ৰতিবাদ - CPIM protests against Dhalpur eviction
🎬 Watch Now: Feature Video
দৰং জিলাৰ ঢলপুৰত যোৱা 20 ছেপ্তেম্বৰত দৰং প্ৰশাসনে চলোৱা উচ্ছেদৰ বিৰুদ্ধে মঙলবাৰে গুৱাহাটী ক্লাব ৰ'টাৰীত চি পি আই(এম) য়ে এক প্ৰতিবাদী বিক্ষোভ প্ৰদৰ্শন কৰে ৷ ধলপুৰৰ উচ্ছেদ অভিযানক গৰিহণা দি বিকল্প সংস্থাপন অবিহনে সকলো প্ৰকাৰৰ উচ্ছেদ বন্ধ কৰাৰ দাবী জনাই প্ৰতিবাদকাৰী সকলে ৷ লগতে উচ্ছেদৰ নামত ৰাজ্য চৰকাৰs সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ অভিযোগ তুলি হাতে হাতে বেনাৰ পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷