thumbnail

By

Published : Oct 8, 2021, 5:37 PM IST

ETV Bharat / Videos

চৰকাৰী আঁচনি ৰূপায়নত ব্যাপক অনিয়ম বৰদলং গাঁও পঞ্চায়তত

হোজাই জিলাৰ লংকা থানাৰ অন্তৰ্গত বৰদলং গাঁও পঞ্চায়তত সংঘটিত হৈছে ব্যাপক অনিয়ম ৷ চৰকাৰী আঁচনি ৰূপায়নত নামত লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ পঞ্চায়তৰ প্ৰতিনিধিৰ বিৰুদ্ধে চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় লোকৰ ৷ বৰদলং গাঁও পাঞ্চায়ত দীৰ্ঘদিন ধৰি চলি থকা দুৰ্নীতি-ভ্ৰষ্টাচাৰ বন্ধ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় লোকে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.