ড৹ হিমন্ত বিশ্ব শৰ্মাক বুবুমণি গোস্বামীৰ শুভেচ্ছা জ্ঞাপন - মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা বুবুমণি গোস্বামী
🎬 Watch Now: Feature Video

ৰাজ্যৰ পঞ্চদশ মন্ত্ৰী সভাৰ নতুন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা বুবুমণি গোস্বামী তৰফৰ পৰা শুভেচ্ছা । ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক বিচক্ষণতাৰে অসমীয়া খিলঞ্জীয়াৰ শতিকাৰ বাবে অস্তিত্বৰ সুৰক্ষা কৰাৰ কথা কোৱাৰ লগতে ৰাজ্যৰ সৰ্বস্তৰৰ লোকৰ সৰ্বাংগীন উন্নতি সাধন কৰি ৰাজ্যখনক উন্নয়মুখী যাত্ৰাৰ সূচনাৰে নতুন পৰিচয় দিয়াৰ কথা উল্লেখ কৰে বুবুমণি গোস্বামীৱে । ড৹ শৰ্মাই যাতে সামগ্ৰীকভাৱে অসমৰ খিলঞ্জীয়া অসমীয়া মানুহৰ অস্তিত্বক শতিকা লৈ সুৰক্ষা কৰাৰ ৰাজনীতি কৰে, তাৰে গভীৰ প্ৰত্যাশা মানৱ অধিকাৰ সংগ্ৰাম সমিতি মুখ্য উপদেষ্টা বুবুমণি গোস্বামীৰ ।