thumbnail

By

Published : Nov 11, 2021, 8:46 PM IST

ETV Bharat / Videos

চিৰাঙৰ বৈখুনগাঁৱত সমূহীয়া মাছ ধৰা পৰ্ব

চিৰাঙৰ বৈখুনগাঁৱৰ কুজীয়া নৈত বৃহস্পতিবাৰে সমূহীয়াকৈ মাছ ধৰিবলৈ ওলাই আহিল জাতি-ধৰ্ম-নিৰ্বিশেষে হেজাৰ হেজাৰ পুৰুষ মহিলা । কুজীয়া নৈৰ শ্লু’ইছ গেটৰ (জনসিঞ্চন প্ৰকল্পৰ) বান্ধ এৰাৰ সময়ত প্ৰতিবছৰে এইদৰেই সমূহীয়াভাৱে জাতি-ধৰ্ম-নিৰ্বিশেষে মাছ ধৰিবলৈ ওলাই আহে পুৰুষ মহিলা । সাধাৰণতে ষট পূজাৰ পাছৰ দেওবাৰটোত কুজীয়া নৈৰ বান্ধ এৰাৰ লগে লগে স্থানীয় লোকসকল এইদৰে মাছ ধৰিবলৈ ওলাই আহে । কিন্তু এইবাৰ দেওবাৰলৈ অপেক্ষা কৰিব পৰা নগ’ল, কাৰণ পুৰণী হৈ অহা স্লুইচ গেট ভাঙি যোৱাৰ ফলত বৃহস্পতিবাৰেই ধৰা হয় মাছ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.