বকো নৈত সমূহীয়াকৈ মাছ ধৰাত ব্যস্ত স্থানীয় ৰাইজ - Community fishing at Boko river
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-10031237-thumbnail-3x2-borali.jpg)
কামৰূপ জিলাৰ বকোৰ মাজমজিয়াৰে পাৰ হৈ যোৱা বকো নদীত সমূহীয়া মাছ ধৰাত ব্যস্ত স্থানীয় ৰাইজ । বিভিন্ন মাছ মৰা সঁজুলিৰে মাছ মাৰি ৰাইজে ধৰিবলৈ সক্ষম হৈছে বিভিন্ন ধৰণৰ মাছ ৷ বিভিন্ন আকাৰৰ বৰালী মাছো পাইছে লোকসকলে । প্ৰায় 40 কিল'গ্ৰাম ওজনৰ বৰালি মাছো ধৰিবলৈ সক্ষম হৈছে বুলি মাছমৰীয়াসকলে জানিবলৈ দিয়ে ৷