প্ৰৱল সোঁতৰ মাজত নৌকা যাত্ৰা, এক ভয়ানক দৃশ্য - boat transporte
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3949285-thumbnail-3x2-boat---copy.jpg)
ওফন্দি উঠিছে আই নদী ৷ সমান্তৰালভাৱে আছে প্ৰৱল সোঁত ৷ তাৰ মাজতে চিৰাঙৰ ৰাণীসুন্দৰী পাৰঘাটত আই নদীৰ বুকুত এক ভয়ানক দৃশ্য ৷ প্ৰৱল সোঁতক নেওচি মৰণক শৰণ দি টুলুঙা নাৱেৰে নৌকা যাত্ৰা নৈ পৰীয়া লোকৰ ৷ যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়ানক দুৰ্ঘটনা ৷ এই দৃশ্য চাওঁক আৰু ভাবক...