ক'ভিড প্ৰট'কল পালন কৰি চন্দ্ৰপুৰত আয়োজন কৰা হৈছে ছট পূজা - ক'ভিড পৰিস্থিতি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13595616-thumbnail-3x2-jjjjjj.jpg)
মহানগৰীৰ ভিন্ন প্ৰান্তৰ লগতে চন্দ্ৰপুৰ অঞ্চলৰ হাতীশিলা, তামোলবাৰী, চন্দ্ৰপুৰ, হাতিবাগৰা, নৰসিংহ বজাৰ আদি স্থানত ব্ৰহ্মপুত্ৰ-কলং নদীৰ বালিচৰত আয়োজন কৰা হৈছে ছট পূজা ৷ ক'ভিড পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি চৰকাৰে বান্ধি দিয়া সকলো নীতি-নিৰ্দেশনা পালন কৰি উদযাপন সমিতি সমূহে আয়োজন কৰিছে ছট পূজা ৷